Khatara Satra খটৰা সত্ৰ 4.05

4.2 star(s) from 6 votes
Dipila, Near Mangaldai
Darrang, 784125
India

About Khatara Satra খটৰা সত্ৰ

Khatara Satra খটৰা সত্ৰ Khatara Satra খটৰা সত্ৰ is a well known place listed as Tours/sightseeing in Darrang , Tourist Information in Darrang ,

Contact Details & Working Hours

Details

For more detail visit http://khatarasa">"দেখিলন্ত মণ্ডুকে সৰ্প গিলি আছে তাত ৷
লেঞ্জেমেৰাই আছে তাত ঘোৰ যে লতাত ৷৷
সিংহক দেখিয়া শৃগালৰ মহাভয় ৷
সৰ্পক দেখয়া মণ্ডুকৰো সেহি নয় ৷৷
সৰ্পয় মণ্ডুক গিলে জানয় সকলে ৷
কিনো অদভূত সৰ্প গিলিছে ভেকোলে ৷৷
কালক ভক্ষকে গিলে গোৱিন্দেও চায় ৷
তাহাতে কৰিলা ভেটি মনে ভাল পায় ৷৷"
গোবিন্দ চৰিত ৷